fbpx

আমাৰ অংশীদাৰ হোৱাৰ বাবে ইচ্ছুক নেকি?

অথবা

সপোনৰ ঘৰখন বনাব বিচাৰিছে নেকি ?

আমাক যোগাযোগ কৰক

(সকলোবোৰ বিৱৰণ যোগান ধৰা ক্ষেত্ৰবোৰত প্রৱিষ্ট কৰক। আপোনাৰ অনুসন্ধানৰ বিষয়ে অতি সোনকালে আপোনাৰ সৈতে যোগাযোগ কৰা হ’ব)



নিৰূপিত.প্ৰমাণিত.অনুমোদিত

দৃঢ়তাপূৰ্ণ প্ৰয়োজনীয়তা পূৰণৰ আদৰ্শৰ দ্বাৰা পৰিচলিত।

Image
Image
Image
Image
Image

এক শক্তশালী ভবিষ্যতৰ বাবে

উদ্যোগী নৃত্ৰীবৃন্দক সমৰ্থন।          

Image
Image
Image
Image
Image
Image
Image

মানদণ্ড যিয়ে আমাক আপোনাৰ পছন্দৰ ৰূপত গঢ়ি তোলে।

Image
ইণ্টিগ্ৰেতেদ ষ্টীল

ইয়াৰ আকৰ অৱস্থাৰ পৰা তীখা বনোৱা পৰ্যায়লৈকে, ফ্লেক্সি-ষ্টুং টিএমটি বাৰ উৎপাদন কৰাৰ পৰা বিলেট কাষ্টিং কৰালৈকে। শ্যাম ষ্টীল কাৰখানাসমূহ অতি আধুনিক প্ৰযুক্তিৰে সুসজ্জ্বিত যি প্রতিটো গাঁথনি দীৰ্ঘদিনলৈ টিকি থকাটো নিশ্চিত কৰে।

Image
মানদণ্ড আৰু প্ৰতিশ্ৰুতি যি থাকে #HAMESHAKELIASTRONG

আমাৰ প্ৰতিশ্ৰুতি আপোনাক সৰ্বশ্ৰষ্ঠ টি এমটি বাৰ যোগান ধৰাৰ যাৰ ফলত আপোনাৰ গাঁথনি হব যুগমীয়া। .

Image
উচিত মূল্য

আমাৰ নিৰ্মান প্ৰক্ৰিয়া আৰু সামগ্ৰী কেৱল চক্তিবানে নহয়, লগতে নিৰ্মাণৰ ব্যয় হ্ৰাস কৰাটো সহায় কৰে। বহনক্ষম নিৰ্মানৰ ফলত নিৰপেক্ষ মূল্য নিৰ্ধাৰণত সহায় কৰে যিয়ে আমাক বহু দুৰ আগবঢ়াই নিয়ে।

Image
বিক্ৰীৰ পিছৰ উপযুক্ত সেৱা

আমাৰ বিস্তৃত আৰু বৃহৎ বিতৰণ নেটৱৰ্ক ব্যবস্থাৰ জৰিয়তে দেশৰ যি কোনো কোণত উপস্থিত হব পাৰো। আপোনাক গুৰুতত্বপূৰ্ন সেৱা প্ৰদান কৰিবলৈ আমাৰ দক্ষ অভিযন্তা দলক প্ৰশিক্ষিত কৰা হয়।

Image
ভূমিকম্প প্ৰতিৰোধী

কম্পন প্ৰতিৰোধ কৰাৰ লগতে অধিক ভূমিকম্প প্ৰবন অঞ্চলটো থিয় হৈ থাকিব পৰা ধৰণে তৈয়াৰী।

Image
আন্তঃৰাষ্ট্ৰীয় মানযুক্ত

বহু - উৎপাদিত তীখা প্ৰতিষ্ঠান, যিয়ে ভাৰতবৰ্ষৰ লগতে বিদেশৰ গ্রহকৰো আৱশ্যকতা সমূহ পূৰণ কৰে।

আহক এনে এখন ৰাষ্ট গঢ়ো যি হই থাকে

"HAMESHA KE LIYE STRONG"

Image

কাৰণ "MAKSAD TOH INDIA KO BANANA HAI"

সমগ্ৰীৰ জনিবলগীয় বৈশিষ্ট সমূহ:

Image
উচ্চ ক্ষমতা সম্পন্ন

আমাৰ ফি ৫০০ দী সবাৰ্চ ফ্লাই আভাৰ, বান্ধ, দলং আৰু অন্যান্য প্ৰবল চাপ সহিব পৰা গাঁথনিত প্ৰয়োগ কৰিবলৈ উপযুক্ত।

Image
বিশেষ জলাইক্ষম

শ্যাম স্তিল ৰ টি এম টি ৰি - বাৰ কম কাৰ্বন যুক্তৰ লগতে নিয়ন্ত্ৰিত থাৰ্ম মেকানিকেল ব্যবস্থাৰ অধীনত উৎপাদন হোৱাৰ ফলত প্ৰাৰম্ভিক আৰু অন্তিম চোৱাচিতাৰ প্ৰয়োজন নহই।

Image
উচ্চতৰ অৱক্ষয় প্ৰতিৰোধী

সমৰূপ আৰু ডাঠ গুণগত অৱস্থাৰ অত্যন্ত কঠিন ৰীম, আভ্যন্তৰীণ চাপৰ পৰা সম্পূৰ্ণৰূপে মুক্ত।

Image
সম্প্ৰসাৰণ

উচ্চতৰ এলোংগেচনৰ উচ্চ শক্তি সম্তলনে সুৰক্ষিত কংক্ৰিট গাঁথনি আগবঢ়ায়।

Image
ভাঁজ

শ্যাম স্তিলৰ টি এম টি বাৰ সমূহে শক্তি আৰু নমনীয়তাৰ ভাৰসাম্য বজাই ৰাখে।

টি এম টি বাৰ সমূহে নিৰ্মাণৰ

আধাৰ শক্তিশলী কৰিবলৈ

দৃঢ় ভাবে থিয় হৈ থাকে।

যি যিকোনো নিৰ্মাণৰ

অত্যাৱশ্যকীয় উপাদান।

গ্ৰাহকৰ মতামত

  • "শ্যাম স্তীল ৰ সৈতে আমাৰ সম্পৰ্ক বছৰ বাগৰাৰ লগে লগে দৃঢ় হৈ আহিছে। ইয়াৰ সামগ্ৰী সমূহে প্ৰতিবাৰেই মোৰ গ্ৰাহকৰ পৰা উৎকৃষ্ট সমীক্ষা লাভ কৰিবলৈ সক্ষম হৈছে। ৰনুল বনশ্লে, দিষ্ট্ৰিবুটৰ"

    ৰাহুল ভোঁচলে, ডিষ্টি বিউটৰ
  • "তেওলোকৰ সকলোবোৰ প্ৰিমিয়াম মানদণ্ডযুক্ত সামগ্ৰীৰ উচিত মূল্যয় মোক শ্ৰেণীটোৰ সৰ্বশ্ৰেষ্ট টিএমটি বাৰসমূহ মোৰ গ্ৰাহকসকলক যোগান ধৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত সহায় কৰিছে। এইটোৱে মোক গ্ৰাহকসকলক ধৰি ৰখাত সহায় কৰাৰ উপৰিওঁ মোৰ ব্যৱসায় বৃদ্ধি হোৱাত সহায় "

    ৰাজ বঞ্চল, ডীলাৰ
  • "শ্যাম ষ্টালৰ সুদক্ষ ইঞ্জীনিয়াৰৰ দলটোৱে ইয়াৰ সকলোবোৰ ইউএচপি সমূহৰ সৈতে মোক মোৰ গ্ৰাহকসকলক তেওঁলোকৰ প্ৰকল্পবোৰত সামগ্ৰীসমূহ ব্যৱহাৰৰ ওপৰত পৰামৰ্শ আগবঢ়োৱাত সহায় কৰিছিল।"

    ৰাম ভাঞ্চোড়ে, ডীলাৰ

Toll Free Number

1800 102 4007

For Project Related Queries

enquiry@shyamsteel.com

For Product Related Queries (India - except Bengal)

retail.india@shyamsteel.com